ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
আলোচনাৰ বাবে আৰ্হি
প্ৰথম সাক্ষাৎ
প্ৰশ্ন: কিছুমানে কয় যে“গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।” এই বিষয়ে আপুনি কি ভাবে?
পদ: পাঁচ ২০:৩৫
পৰৱৰ্তী সাক্ষাতৰ বাবে: আনক দান বা সহায় কৰিলে আমি কিয় সুখী হওঁ?
শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক: