আগষ্ট ১৪-২০
নহিমিয়া ৮-৯
গীত ১১০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“যিহোৱাত যি আনন্দ সেয়েই তোমালোকৰ শক্তি”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
নহি ৮:২, ৮—যদি ইস্ৰায়েলীসকলে ব্যৱস্থা-পুস্তকত দিয়া কথাখিনি ‘বুজি পাইছিল,ʼ তেনেহʼলে লেবীসকলে এই কথাবোৰ কিয় বুজাইছিল? (it-১-E ১৪৫ ¶২)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) নহি ৮:১-১২ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত শিক্ষাদানৰ সঁজুলিৰ বাকচৰ পৰা এখন প্ৰকাশন দিয়ক। (শিক্ষা অধ্যায় ১৩)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সেই ব্যক্তিজনক সভালৈ মাতক আৰু যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু ইয়াৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ১১)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ১১ ভাগ ০৫ আৰু “কিছুমান লোকে কয়” (শিক্ষা অধ্যায় ৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“নিজৰ পৰিয়ালত আনন্দ বজাই ৰাখিবলৈ সহযোগ কৰক”: (১৫ মি.) আলোচনা আৰু ভিডিঅʼ।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ২৪
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৬৬ আৰু প্ৰাৰ্থনা