Skip to content

Skip to table of contents

ইজ্ৰাই লোকসকলক ব্যৱস্থা-পুস্তক পঢ়ি শুনাই যিহোৱাৰ প্ৰশংসা কৰি আছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“যিহোৱাত যি আনন্দ সেয়েই তোমালোকৰ শক্তি”

“যিহোৱাত যি আনন্দ সেয়েই তোমালোকৰ শক্তি”

ইজ্ৰাই যেতিয়া ব্যৱস্থা-পুস্তকখন পঢ়ি শুনাবলগীয়া আছিল, তেতিয়া লোকসকলে তেওঁৰ ওচৰত গোট খালে (নহি ৮:১, ২; w১৩-HI ১০/১৫ ২১-২২ ¶২; বাহিৰত দিয়া ছবিখন চাওক)

সেই সময়ত তেওঁলোকে অতীতত কৰা পাপবোৰ মনত পেলাই কান্দি থকাৰ পৰিৱৰ্তে আনন্দেৰে যিহোৱাৰ সেৱা কৰাৰ প্ৰয়োজন আছিল (নহি ৮:৯, ১১, ১২)

যিহোৱাৰ পৰা পোৱা আনন্দ তেওঁৰ সেৱকসকলৰ বাবে শক্তিৰ নিচিনা হয় (নহি ৮:১০; w০৭-HI ৮/১ ১৭ ¶৯-১০)

নিজকে সোধক: ‘সমস্যাৰ সত্ত্বেও মই আনন্দত থকাৰ কি কাৰণ আছে?ʼ