আগষ্ট ২১-২৭
নহিমিয়া ১০-১১
গীত ৩৭ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“যিহোৱাৰ বাবে তেওঁলোকে বহুতো ত্যাগ কৰিলে”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
নহি ১০:৩৪—লোকসকলক খৰি বুটলিবলৈ কিয় কোৱা হৈছিল? (w০৬-HI ২/১ ১১ ¶১)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) নহি ১০:২৮-৩৯ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সেই ব্যক্তিজনক সভালৈ মাতক আৰু যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু ইয়াৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ১)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত এক অনন্ত জীৱন! ব্ৰচাৰখন দিয়ক আৰু “আপুনি এই ব্ৰচাৰখনৰপৰা বেছিকৈ লাভৱান হʼবলৈ কি কৰিব পাৰে?” বিষয়ে আলোচনা কৰক। (শিক্ষা অধ্যায় ৪)
ভাষণ: (৫ মি.) w১১-HI ২/১৫ ১৫-১৬ ¶১২-১৫—বিষয়: এনে বলিদান যাৰ পৰা যিহোৱা আনন্দিত হয়। (শিক্ষা অধ্যায় ২০)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“নতুন সেৱা বছৰৰ বাবে আপুনি কি কি লক্ষ্য ৰাখিছে?”: (১০ মি.) আলোচনা।
“ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰাৰ চেপ্টেম্বৰ মাহৰ বিশেষ অভিযান”: (৫ মি.) এই ভাষণ প্ৰচাৰ সমূহৰ অধ্যক্ষই দিব। এই অভিযানৰ বাবে ভাই-ভনীসকলক উৎসাহিত কৰক আৰু আপোনাৰ মণ্ডলীৰ এলেকাত এই অভিযান কেনেকৈ কৰা হʼব জনাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ২৫
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১৩৯ আৰু প্ৰাৰ্থনা