ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱাৰ বাবে তেওঁলোকে বহুতো ত্যাগ কৰিলে
যিৰূচালেমত থাকিবলৈ কিছুমান পৰিয়ালক নিজৰ ঘৰ আৰু মাটি-বাৰী এৰি আহিবলৈ কোৱা হৈছিল (নহি ১১:১; w৯৮-HI ১০/১৫ ২২ ¶১৩)
যিবোৰ পৰিয়ালে এইদৰে কৰিলে, তেওঁলোকক আন ইস্ৰায়েলীসকলে প্ৰশংসা কৰিলে আৰু তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিলে (নহি ১১:২; w৮৬-HI ৩/১ ২৮)
আমি যি ত্যাগ কৰোঁ, যিহোৱাই তাতকৈ বহুগুণে বেছি আমাক আশীৰ্বাদ দিয়ে (মলা ৩:১০; w১৬.০৪-HI ৮ ¶১৫)
নিজকে সোধক: ‘যিহোৱাৰ সেৱা কৰিবলৈ মই যি ত্যাগ কৰিলোঁ, তাৰ বাবে মই কি কি আশীৰ্বাদ পাইছোঁ?’