Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

নহিমিয়াই সেৱা কৰোৱাৰ পৰিৱৰ্তে সেৱা কৰিলে

নহিমিয়াই সেৱা কৰোৱাৰ পৰিৱৰ্তে সেৱা কৰিলে

নহিমিয়াই নিজৰ লাভৰ বাবে কেতিয়াও নিজৰ অধিকাৰৰ ব্যৱহাৰ কৰা নাছিল (নহি ৫:১৪, ১৫, ১৭, ১৮; w০২-HI ১১/১ ২৭ ¶৪)

নহিমিয়াই কামৰ চোৱা-চিতা কৰাৰ লগতে তাত ভাগো লৈছিল (নহি ৫:১৬; w১৬.০৯-HI ৬-৭ ¶১৬)

নহিমিয়াই লোকসকলৰ বাবে যি কৰিলে, তাৰ বাবে যিহোৱাই তেওঁক সোঁৱৰণ কৰিব বুলি প্ৰাৰ্থনা কৰিলে (নহি ৫:১৯; w০০-HI ২/১ ¶৩২)

নহিমিয়া ৰাজ্যপাল আছিল, তথাপিও লোকসকলে তেওঁক বেছিকৈ সন্মান কৰক বুলি কেতিয়াও বিচৰা নাছিল। মণ্ডলীত যিসকল লোকৰ ওচৰত দায়িত্ব আছে বা যিসকলক কিবা বিশেষ কাম দিয়া হয়, তেওঁলোকৰ বাবে নহিমিয়া এক উত্তম উদাহৰণ হয়।

নিজকে সোধক: ‘মই আনৰ বাবে কিবা কৰিবলৈ ভাবোঁ নে আনে মোৰ বাবে কিবা কৰাটো মই বিচাৰোঁ?ʼ