Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

ইজ্ৰাই নিজৰ জীৱন-যাপনৰ যোগেদি যিহোৱাৰ মহিমা কৰিলে

ইজ্ৰাই নিজৰ জীৱন-যাপনৰ যোগেদি যিহোৱাৰ মহিমা কৰিলে

ইজ্ৰাই বহুত মনোযোগেৰে ঈশ্বৰৰ বাক্য পঢ়িলে। তেওঁৰ ওপৰত ইয়াৰ ইমানেই প্ৰভাৱ পৰিলে যে তেওঁ তাৰ অনুসৰি কাম কৰিলে(ইজ্ৰা ৭:১০; w০০ ১০/১ ১৩ ¶৮)

ইজ্ৰাৰ জীৱন-যাপনৰ পৰা তেওঁক ঈশ্বৰে বুদ্ধি দিছে বুলি লোকসকলে গʼম পালে (ইজ্ৰা ৭:২৫; si-E ৭৫ ¶৫)

ইজ্ৰাই ঈশ্বৰৰ ওচৰত নিজকে নম্ৰ কৰিলে। সেইবাবে, তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই তেওঁক ৰাস্তা দেখুৱাব আৰু ৰক্ষা কৰিব (ইজ্ৰা ৮:২১-২৩; w৯২-HI ৬/১ ৩০)

ইজ্ৰাৰ কামবোৰৰ পৰা ৰজাই স্পষ্টকৈ জানিব পাৰিলে তেওঁ ঈশ্বৰৰ পৰা বুদ্ধি পাইছে। সেইবাবে, ৰজাই তেওঁক ডাঙৰ ডাঙৰ দায়িত্ব দিলে। ইজ্ৰাৰ দৰে আমিও নিজৰ জীৱন-যাপনৰ যোগেদি যিহোৱাৰ মহিমা কৰিব পাৰোঁ।

নিজকে সোধক: ‘মই ঈশ্বৰৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰোঁ বুলি জগতৰ লোকসকলে স্পষ্টকৈ দেখিবলৈ পায়নে?ʼ