Skip to content

Skip to table of contents

জুলাই ১৭-২৩

ইজ্ৰা ৯-১০

জুলাই ১৭-২৩
  • গীত ৮৯ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • আজ্ঞা নমনাৰ বেয়া পৰিণাম”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ইজ্ৰা ১০:৪৪—ইস্ৰায়েলী পুৰুষসকলে নিজৰ পত্নী আৰু লʼৰা-ছোৱালীবিলাকক কিয় তেওঁলোকৰ দেশলৈ পঠিয়াই দিলে? (w০৬-HI ১/১৫ ২০ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ইজ্ৰা ৯:১-৯ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৫০

  • আজ্ঞা মানি সুৰক্ষিত থাকক (২থিচ ১:৬): (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: হৰমাগিদোন হোৱাৰ আগতে কি কি হʼব?

    আজ্ঞা মানিলে আজি আমাৰ কি লাভ হয়?

    হৰমাগিদোন আৰু আজ্ঞা মনাৰ মাজত কি সম্পৰ্ক আছে?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ২০

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১০৩ আৰু প্ৰাৰ্থনা