জুলাই ১৭-২৩
ইজ্ৰা ৯-১০
গীত ৮৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“আজ্ঞা নমনাৰ বেয়া পৰিণাম”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
ইজ্ৰা ১০:৪৪—ইস্ৰায়েলী পুৰুষসকলে নিজৰ পত্নী আৰু লʼৰা-ছোৱালীবিলাকক কিয় তেওঁলোকৰ দেশলৈ পঠিয়াই দিলে? (w০৬-HI ১/১৫ ২০ ¶২)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ইজ্ৰা ৯:১-৯ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰিবলৈ দুখ-কষ্টৰ অন্ত হʼবনে? ট্ৰেক্টখন ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১৩)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সেই ব্যক্তিজনক সভালৈ মাতক আৰু যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু ইয়াৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ৬)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ১১ পৰিচয় আৰু ভাগ ১-৩ (শিক্ষা অধ্যায় ১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
আজ্ঞা মানি সুৰক্ষিত থাকক (২থিচ ১:৬): (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: হৰমাগিদোন হোৱাৰ আগতে কি কি হʼব?
আজ্ঞা মানিলে আজি আমাৰ কি লাভ হয়?
হৰমাগিদোন আৰু আজ্ঞা মনাৰ মাজত কি সম্পৰ্ক আছে?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ২০
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১০৩ আৰু প্ৰাৰ্থনা