Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আজ্ঞা নমনাৰ বেয়া পৰিণাম

আজ্ঞা নমনাৰ বেয়া পৰিণাম

কিছুমান ইস্ৰায়েলীয়ে মূৰ্তি পূজা কৰা তিৰোতাসকলক বিয়া পাতিছিল (ইজ্ৰা ৯:১, ২; w০৬-HI ১/১৫ ২০ ¶১)

যিহোৱাই এনে কৰিবলৈ মানা কৰিছিল, তথাপি ইস্ৰায়েলীসকলে তেওঁৰ আজ্ঞা নামানিলে (ইজ্ৰা ৯:১০-১২)

আজ্ঞা নমনাৰ বাবে তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালে বহুতো সমস্যাৰ সন্মুখীন হʼল (ইজ্ৰা ১০:১০, ১১, ৪৪)

যিহোৱাই আমাক যিবোৰ আজ্ঞা দিছে, সেইবোৰ আমাৰ লাভৰ কাৰণে হয়। (w১০-HI ৭/১ ১৬ ¶৬) সেইবোৰ মানিলে আজি আমি বহুতো সমস্যাৰ পৰা বাচিম আৰু ভৱিষ্যতে বহুতো আশীৰ্বাদ পাম।

নিজকে সোধক: ‘যিহোৱাৰ আজ্ঞা পালন কৰাৰ বাবে মই কেনেকৈ সমস্যবোৰৰ পৰা বাচি থাকিব পাৰিলোঁ?ʼ