Skip to content

Skip to table of contents

জুলাই ২৪-৩০

নহিমিয়া ১-২

জুলাই ২৪-৩০
  • গীত ৪৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • তাতে মই প্ৰাৰ্থনা কৰিলোঁ”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • নহি ২:৪—নহিমিয়াই যিৰূচালেমৰ বেয়া পৰিস্থিতিৰ বাবে কৰা এই প্ৰাৰ্থনা প্ৰথমবাৰ আছিলনে? ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? (w৮৬-HI ৩/১ ২৮)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) নহি ২:১১-২০ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪৪

  • যিহোৱাৰ বন্ধু হোৱা—যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনেনে?: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্ন সোধক: এই ভিডিঅʼৰ পৰা আমি প্ৰাৰ্থনাৰ বিষয়ে কি শিকিব পাৰোঁ?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ২১

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৮৩ আৰু প্ৰাৰ্থনা