জুলাই ২৪-৩০
নহিমিয়া ১-২
গীত ৪৭ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“তাতে মই প্ৰাৰ্থনা কৰিলোঁ”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
নহি ২:৪—নহিমিয়াই যিৰূচালেমৰ বেয়া পৰিস্থিতিৰ বাবে কৰা এই প্ৰাৰ্থনা প্ৰথমবাৰ আছিলনে? ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? (w৮৬-HI ৩/১ ২৮)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) নহি ২:১১-২০ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সেই ব্যক্তিজনক আমাৰ ৱেবছাইটৰ বিষয়ে জনাওক আৰু jw.org যোগাযোগ কাৰ্ড দিয়ক। (শিক্ষা অধ্যায় ১৬)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত শিক্ষাদানৰ সঁজুলিৰ বাকচৰ পৰা এখন প্ৰকাশন দিয়ক। (শিক্ষা অধ্যায় ৩)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ১১ ‘গভীৰভাৱে ধ্যান কৰক’ আৰু ভাগ ৪ (শিক্ষা অধ্যায় ১১)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱাৰ বন্ধু হোৱা—যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনেনে?: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্ন সোধক: এই ভিডিঅʼৰ পৰা আমি প্ৰাৰ্থনাৰ বিষয়ে কি শিকিব পাৰোঁ?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ২১
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৮৩ আৰু প্ৰাৰ্থনা