Skip to content

Skip to table of contents

জুলাই ৩১–আগষ্ট ৬

নহিমিয়া ৩-৪

জুলাই ৩১–আগষ্ট ৬
  • গীত ১৪৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৯১

  • যিহোৱাৰ সাক্ষীসকলৰ লগত কাম কৰাৰ অনুভৱ: (৮ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: এই ভিডিঅʼখনৰ পৰা আমি কি শিকিলোঁ? কামৰ ঠাইত আমি ভাল আচাৰ-ব্যৱহাৰ বজাই ৰাখিলে ইয়াৰ পৰা আনে কেনেকৈ সত্যৰ ফালে আকৰ্ষিত হয়?

  • মণ্ডলীৰ প্ৰয়োজনীয়তা: (৭ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ২২

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৫৭ আৰু প্ৰাৰ্থনা