জুলাই ৩১–আগষ্ট ৬
নহিমিয়া ৩-৪
গীত ১৪৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“শাৰীৰিক পৰিশ্ৰম আপোনাৰ বাবে লাজৰ বিষয়নে?”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
নহি ৪:১৭, ১৮—গঢ় নিৰ্মাণ কৰাৰ সময়ত কেৱল এখন হাতেৰে কাম কৰাটো কেনেকৈ সম্ভৱ আছিল?(w০৬-HI ২/১ ৯¶১)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) নহি ৩:১৫-২৪ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সাধাৰণতে কথা-বতৰাত অহা কোনো এটা বাধা কেনেকৈ পাৰ কৰিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৩)
পুনৰ সাক্ষাৎ: (৪ মি.) সেই ব্যক্তিজনৰ লগত এক অনন্ত জীৱন! ব্ৰচাৰখনৰ শেষৰ পৃষ্ঠা আলোচনা কৰক আৰু সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (শিক্ষা অধ্যায় ১২)
ভাষণ: (৫ মি.) km-HI ১১/১২ ১—বিষয়: নিজৰ পৰিশ্ৰমৰ ভাল পৰিণাম দেখি আনন্দিত হওক। (শিক্ষা অধ্যায় ১০)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱাৰ সাক্ষীসকলৰ লগত কাম কৰাৰ অনুভৱ: (৮ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: এই ভিডিঅʼখনৰ পৰা আমি কি শিকিলোঁ? কামৰ ঠাইত আমি ভাল আচাৰ-ব্যৱহাৰ বজাই ৰাখিলে ইয়াৰ পৰা আনে কেনেকৈ সত্যৰ ফালে আকৰ্ষিত হয়?
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৭ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ২২
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৫৭ আৰু প্ৰাৰ্থনা