Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

শাৰীৰিক পৰিশ্ৰম আপোনাৰ বাবে লাজৰ বিষয়নে?

শাৰীৰিক পৰিশ্ৰম আপোনাৰ বাবে লাজৰ বিষয়নে?

ইলিয়াচীব আৰু তেওঁৰ ভায়েকসকলে এইদৰে ভবা নাছিল যে তেওঁলোক মহাপুৰোহিত আৰু পুৰোহিত হয়, সেইবাবে তেওঁলোকক যিৰূচালেমৰ গড় নিৰ্মাণ কাম কৰাৰ প্ৰয়োজন নাই (নহি ৩:১)

কিছুমান প্ৰধান অধিকাৰীয়ে আনৰ ওচৰত ‘ডিঙি পাতিবলৈ’ অৰ্থাৎ তেওঁলোকৰ অধীনত কাম কৰিবলৈ বিচৰা নাছিল (নহি ৩:৫; w০৬-HI ২/১ ৯-১০ ¶৯)

যদিও এই কাম বৰ কঠিন আছিল, তথাপি ঈশ্বৰলৈ ভয় ৰখা তিৰোতাসকলে আনন্দেৰে এই কামত সহায় কৰিলে (নহি ৩:১২; w১৯.১০-HI ২৩ ¶১১)

মণ্ডলীত এনে বহুতো কাম আছে, যিবোৰ কৰিবলৈ বহুত পৰিশ্ৰমৰ প্ৰয়োজন হয় বা যিবোৰ লোকসকলকে সৰু কাম বুলি ভাবে আৰু যিবোৰ আনে হয়তো দেখাও নাপায়।—w০৪ ৮/১ ২৭ ¶১৬.

নিজকে সোধক: ‘শুভবাৰ্তাৰ বাবে যদি মোক এনেধৰণৰ কামবোৰ কৰিবলৈ কোৱা হয়, তেনেহ’লে মই কেনে অনুভৱ কৰোঁ?ʼ—১কৰি ৯:২৩.