Skip to content

Skip to table of contents

জুলাই ৩-৯

ইজ্ৰা ৪-৬

জুলাই ৩-৯
  • গীত ১৪৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • কাৰ্য্য চলিবলৈ দিয়া”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ইজ্ৰা ৬:১৩—“নদীৰ ইপাৰে,” বাইবেলত লিখা এই সৰু-সুৰা তথ্যৰ পৰা কি প্ৰমাণ হয়? (w৯৩-E ৬/১৫ ৩২ ¶৩-৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ইজ্ৰা ৪:৮-২৪ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: দুখ-কষ্ট—যাকো. ১:১৩ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।

  • প্ৰথম সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সেই ব্যক্তিজনক আমাৰ ৱেবছাইটৰ বিষয়ে জনাওক আৰু jw.org যোগাযোগ কাৰ্ড দিয়ক। (শিক্ষা অধ্যায় ১)

  • প্ৰথম সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। আমি লোকসকলৰ লগত বাইবেল অধ্যয়ন কৰোঁ বুলি কওক। তাৰ পাছত তেওঁক বাইবেল অধ্যয়নৰ যোগাযোগ কাৰ্ড দিয়ক। (শিক্ষা অধ্যায় ৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন