Skip to content

Skip to table of contents

Kokkinakis v. Greece: Droit réservé

ওপৰত বাওঁফালৰ পৰা: ৱেষ্ট বেৰ্জিনিয়া ৰাজ্যৰ শিক্ষা মণ্ডলৰ বিপৰীতে বাৰ্নেট; কʼকিনাকীছৰ বিপৰীতে গ্ৰীচ; টাগনৰʼগ এল.আৰ.অʼ আৰু আন লোকসকলৰ বিপৰীতে ৰুচ; চা আৰু আন লোকসকলৰ বিপৰীতে দক্ষিণ কোৰিয়া

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

‘শুভবাৰ্ত্তাৰ পক্ষে উত্তৰ আৰু প্ৰমাণ দিয়াʼ

‘শুভবাৰ্ত্তাৰ পক্ষে উত্তৰ আৰু প্ৰমাণ দিয়াʼ

ইস্ৰায়েলীসকলে পুনৰ মন্দিৰ নিৰ্মাণ কৰাৰ সময়ত বিৰোধীসকলে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰিছিল। কিন্তু ইস্ৰায়েলীসকলে আইনৰ সহায় লʼলে আৰু কাম কৰি থাকিল। (ইজ্ৰা ৫:১১-১৬) ঠিক সেইদৰে আজিও সত্য খ্ৰীষ্টানসকলে শুভবাৰ্তাৰ পক্ষে কʼবলৈ আৰু আইনৰ অনুমোদন দিয়াবলৈ পদক্ষেপ লয়। (ফিলি ১:৭) সেইবাবে, ১৯৩৬ চনত মুখ্য কাৰ্য্যালয়ে আইন বিভাগ বনালে। এই বিভাগে গোটেই বিশ্ব জুৰিত হৈ থকা ৰাজ্যৰ কামৰ চোৱা-চিতা কৰিবলৈ প্ৰয়োজনীয় সহায় আগবঢ়ায়। প্ৰচাৰ কাম আগবঢ়াবলৈ আৰু ঈশ্বৰৰ লোকসকলৰ অধিকাৰ ৰক্ষা কৰিবলৈ এই বিভাগে কি কৰিলে?

মুখ্য কাৰ্য্যালয়ত আইন বিভাগৰ সাক্ষাৎ নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • যিহোৱাৰ সাক্ষীসকলে আইনৰ লগত জড়িত থকা কি কি সমস্যাৰ সন্মুখীন হৈছিল?

  • আমি কি কি মোকদ্দমা জিকিছোঁ? ইয়াৰ এটা উদাহৰণ দিয়ক।

  • ‘শুভবাৰ্ত্তাৰ পক্ষে উত্তৰ আৰু প্ৰমাণ দিবলৈ’ আমি কি কি কৰিব পাৰোঁ?