Skip to content

Skip to table of contents

আলোচনাৰ বাবে আৰ্হি

আলোচনাৰ বাবে আৰ্হি

●○○ প্ৰথম সাক্ষাৎ

প্ৰশ্ন: এহাল দম্পতীয়ে কেনেকৈ বিবাহৰ বন্ধন দৃঢ় কৰিব পাৰে?

পদ: ইফি ৫:৩৩

পৰৱৰ্তী সাক্ষাতৰ বাবে: পিতৃ-মাতৃয়ে নিজৰ সন্তানক দায়িত্ববান হ’বলৈ কেনেকৈ সহায় কৰিব পাৰে?

○●○ প্ৰথম পুনৰ সাক্ষাৎ

প্ৰশ্ন: পিতৃ-মাতৃয়ে নিজৰ সন্তানক দায়িত্ববান হ’বলৈ কেনেকৈ সহায় কৰিব পাৰে?

পদ: হিতো ২২:৬

পৰৱৰ্তী সাক্ষাতৰ বাবে: কিশোৰ-কিশোৰীসকলে কেনেকৈ সমস্যাবোৰৰপৰা আঁতৰি থাকিব পাৰে?

○○● দ্বিতীয় পুনৰ সাক্ষাৎ

প্ৰশ্ন: কিশোৰ-কিশোৰীসকলে কেনেকৈ সমস্যাবোৰৰপৰা আঁতৰি থাকিব পাৰে?

পদ: হিতো ৪:৫, ৬

পৰৱৰ্তী সাক্ষাতৰ বাবে: আমি দৈনন্দিন জীৱনৰ বাবে প্ৰজ্ঞা ক’ত বিচাৰি পাম?