Skip to content

Skip to table of contents

জুলাই ১৬-২২

লূক ১০-১১

জুলাই ১৬-২২
  • গীত ৫০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • দয়ালু চমৰীয়াৰ দৃষ্টান্ত”: (১০ মি.)

    • লূক ১০:২৯-৩২—ডকাইতে আঘাত কৰা এজন যিহুদীক, এজন পুৰোহিত আৰু এজন লেবীয়ে সহায় কৰাত ব্যৰ্থ হৈছিল [লূক ১০:৩০ পদৰ ওপৰত আধাৰিত “যিৰূচালেমৰপৰা যিৰীহোলৈ যোৱা পথ” নামৰ ভিডিঅ’খন দেখুৱাওক, nwtsty] (w০২ ৯/১ ১৫-১৬ ¶১৪-১৫)

    • লূক ১০:৩৩-৩৫—এজন চমৰীয়াই পীড়িত ব্যক্তিজনৰ প্ৰতি উল্লেখনীয় প্ৰেম দেখুৱাইছিল (লূক ১০:​৩৩, ৩৪ পদৰ ওপৰত “এজন চমৰীয়া,” “তেওঁৰ ঘাত তেল আৰু দ্ৰাক্ষাৰস বাকি দি, ঘা বান্ধি দিলে,” “আলহী-ঘৰ” অধ্যয়নৰ টোকা, nwtsty)

    • লূক ১০:৩৬, ৩৭—আমি কেৱল নিজৰ জাতি, বৰ্গ, গোষ্ঠী বা ৰাষ্ট্ৰৰ লোকসকলকেই নহয়, কিন্তু সকলো লোককে প্ৰেম কৰা উচিত (w৯৮-HI ৭/১ ৩১ ¶২)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • লূক ১০:১৮—যীচুৱে ৭০ জন শিষ্যক কৈছিল: “স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ।” ইয়াৰ অৰ্থ কি আছিল? (লূক ১০:১৮ পদৰ ওপৰত “স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ” অধ্যয়নৰ টোকা, nwtsty; w০৮-HI ৩/১৫ ৩১ ¶১২)

    • লূক ১১:৫-৯—নেৰানেপেৰাকৈ খুজি থকা ব্যক্তিজনৰ দৃষ্টান্তৰপৰা আমি প্ৰাৰ্থনা কৰাৰ বিষয়ে কি শিকিব পাৰোঁ? (লূক ১১:৫-৯ পদৰ ওপৰত “হে বন্ধু, মোক তিনটা পিঠা ধাৰ দিয়া,” “মোক দিগ্‌ নিদিবা,” “ঘনে খুজি থকা” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লূক ১০:১-১৬

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। ব্যক্তিজনে কৈছে যে তেওঁ এতিয়া ভাত খাইছে।

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন