Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

নিৰপেক্ষ হৈ থকাটো কিয় ইমান গুৰুত্বপূৰ্ণ? (মীখা ৪:২)

নিৰপেক্ষ হৈ থকাটো কিয় ইমান গুৰুত্বপূৰ্ণ? (মীখা ৪:২)

দয়ালু চমৰীয়াৰ দৃষ্টান্তই আমাক সোঁৱৰাই দিয়ে যে যিহোৱা ঈশ্বৰ পক্ষপাতী নহয় আৰু আমি বিভিন্ন জাতি, বৰ্গ, গোষ্ঠী, ৰাষ্ট্ৰ বা ধৰ্ম্মৰ লোক তথা “সকলোলৈ . . . হিতজনক কৰ্ম্ম” কৰাটো তেওঁ বিচাৰে।—গালা ৬:১০; পাঁচ ১০:৩৪.

নিৰপেক্ষ হৈ থকাটো কিয় ইমান গুৰুত্বপূৰ্ণ? (মীখা ৪:২) নামৰ ভিডিঅ’খন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • আমি কেনেকৈ জানোঁ যে মীখা ৪:২ পদত বৰ্ণনা কৰা কথাবোৰ বৰ্তমান সময়ত ঈশ্বৰৰ লোকসকলৰ ওপৰত পূৰ হৈছে?

  • নিৰপেক্ষতা কি আৰু ই কিয় গুৰুত্বপূৰ্ণ?

  • প্ৰকাশিত বাক্য ১৩:১৬, ১৭ পদে কেনেকৈ দেখুৱায় যে ৰাজনৈতিক ব্যৱস্থাই আমাৰ চিন্তাধাৰা আৰু কাৰ্য্যত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰে?

এনে তিনিটা বিষয় কি, যিয়ে আমাৰ নিৰপেক্ষতা বজাই ৰখাত বাধা আনিব পাৰে?