Skip to content

Skip to table of contents

জুলাই ২৩-২৯

লূক ১২-১৩

জুলাই ২৩-২৯
  • গীত ২২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া”: (১০ মি.)

    • লূক ১২:৬—সৰু সৰু চৰাইবোৰকো ঈশ্বৰে নাপাহৰে (লূক ১২:৬ পদৰ ওপৰত “ঘৰ-চিৰিকা” অধ্যয়নৰ টোকা, nwtsty)

    • লূক ১২:৭—যিহোৱা ঈশ্বৰে আমাৰ বিষয়ে ভালদৰে জানে আৰু ইয়াৰপৰা বুজিব পৰা যায় যে তেওঁ আমাৰ প্ৰতি কিমান আগ্ৰহী (লূক ১২:৭ পদৰ ওপৰত “তোমালোকৰ মূৰৰ সকলো চুলিও গণা হৈছে” অধ্যয়নৰ টোকা, nwtsty)

    • লূক ১২:৭—যিহোৱা ঈশ্বৰে আমাৰ মাজৰ প্ৰতিজন ব্যক্তিকে মূল্যাংকন কৰে (cl-HI ২৪১ ¶৪-৫)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • লূক ১৩:২৪—যীচুৱে দিয়া সাৱধানবাণীৰ অৰ্থ কি? (লূক ১৩:২৪ পদৰ ওপৰত “প্ৰাণপণে চেষ্টা কৰা” অধ্যয়নৰ টোকা, nwtsty)

    • লূক ১৩:৩৩—যীচুৱে এইদৰে কিয় কৈছিল? (লূক ১৩:৩৩ পদৰ ওপৰত “বিনষ্ট হোৱা অসাধ্য” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লূক ১২:২২-৪০

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ জনাওক।

  • তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা এখন প্ৰকাশন আগবঢ়াওক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) lv ২১১ ¶৪-৫

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪২

  • অকলশৰীয়া কিন্তু তেওঁলোকক পাহৰি যোৱা নাই: (১৫ মি.) ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

    • তিনিগৰাকী প্ৰচাৰকে কেনে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল?

    • কিহে দেখুৱায় যে যিহোৱা ঈশ্বৰে তেওঁলোকক পাহৰা নাই?

    • কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সত্ত্বেও প্ৰচাৰকসকলে কেনেকৈ যিহোৱা ঈশ্বৰৰ সেৱা কৰি থাকে আৰু ইয়ে কেনেকৈ আনক উৎসাহিত কৰে?

    • আপোনাৰ মণ্ডলীৰ বয়সস্থ বা অসুস্থ লোকসকলৰ প্ৰতি আপুনি কেনেকৈ প্ৰেম দেখুৱাব পাৰে?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ১৩ ¶৫-৮

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২৫ আৰু প্ৰাৰ্থনা