উদাৰতাৰে জোখ-মাখ কৰক
এজন উদাৰ ব্যক্তিয়ে আনক সহায় কৰিবলৈ আৰু উৎসাহিত কৰিবলৈ আনন্দেৰে নিজৰ সময়, শক্তি আৰু ধন-সম্পত্তি ব্যৱহাৰ কৰে।
-
গ্ৰীক ক্ৰিয়াপদৰ অনুসৰি “দান কৰা” বুলিলে কোনো এটা কাৰ্য্য কৰি থকা প্ৰক্ৰিয়াক বুজায়
-
যেতিয়া আমি আনক দিয়াৰ অভ্যাস কৰোঁ, তেতিয়া “লোকে ঠিক জোখত হেঁচি, জোকাৰি, উপচাই . . . কোঁচত বাকি দিব।” এই কথাষাৰে হয়তো সেই সময়ৰ ৰীতি অনুসৰি কিছুমান বেপাৰীয়ে গ্ৰাহকে পিন্ধা চোলাত বেচা বস্তুবোৰ উপচাই দিয়া কাৰ্য্যক বুজায়