Skip to content

Skip to table of contents

জুলাই ৩০-আগষ্ট ৫

লূক ১৪-১৬

জুলাই ৩০-আগষ্ট ৫
  • গীত ২১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • হেৰুৱা পুত্ৰৰ দৃষ্টান্ত”: (১০ মি.)

    • লূক ১৫:১১-১৬—এজন পুত্ৰই উত্তৰাধিকাৰীসূত্ৰে পোৱা সম্পত্তি লম্পট আচৰণেৰে অপব্যয় কৰে (লূক ১৫:১১-১৬ পদৰ ওপৰত “এজন মানুহৰ দুজন পুতেক আছিল,” “সৰু পুতেকে,” “অপব্যয় কৰিলে,” “লম্পট-আচৰণেৰে,” “গাহৰি চৰাবলৈ,” “ছেঁইৰে” অধ্যয়নৰ টোকা, nwtsty)

    • লূক ১৫:১৭-২৪—পুত্ৰই অনুতাপ কৰি ঘূৰি অহাত, মৰমিয়াল পিতৃয়ে আদৰেৰে তেওঁক আমন্ত্ৰণ জনায় (লূক ১৫:১৭-২৪ পদৰ ওপৰত “আপোনাৰ দেখাত,” “চাকৰ,” “চুমা খালে,” “আপোনাৰ পুত্ৰ বুলি মতাৰ,” “বস্ত্ৰ  . . . আঙঠি . . . জোতা” অধ্যয়নৰ টোকা, nwtsty)

    • লূক ১৫:২৫-৩২—বৰ পুতেকৰ চিন্তাধাৰাক শুধৰোৱা হয়

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • লূক ১৪:২৬—এই প্ৰসংগত “অপ্ৰিয়” শব্দটোৱে কি বুজায়? (লূক ১৪:২৬ পদৰ ওপৰত “অপ্ৰিয়” অধ্যয়নৰ টোকা, nwtsty)

    • লূক ১৬:১০-১৩—‘অযথাৰ্থ ধনৰ’ বিষয়ে যীচুৱে নিজৰ শিষ্যসকলক কি বুজাব বিচাৰিছিল? (w১৭.০৭-HI ৮-৯ ¶৭-৮)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লূক ১৪:১-১৪

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ জনাওক।

  • তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা এখন প্ৰকাশন আগবঢ়াওক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) lv ৩৬-৩৭ ¶১৪-১৫

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৫০

  • মই বিদ্ৰোহী পুত্ৰ আছিলোঁ”: (১৫ মি.) ডিচেম্বৰ ২০০৬ চনৰ সচেতন থাকক! (ইংৰাজী), ১৩-১৫ পৃষ্ঠাত দিয়া লেখটোৰ আধাৰত আলোচনা।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ১৪ ¶১-৪

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৫৩ আৰু প্ৰাৰ্থনা