Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ১৪-১৬

হেৰুৱা পুত্ৰৰ দৃষ্টান্ত

হেৰুৱা পুত্ৰৰ দৃষ্টান্ত

১৫:১১-৩২

এই দৃষ্টান্তৰপৰা আমি কিছুমান কথা শিকিব পাৰোঁ।

  • স্বৰ্গত থকা আমাৰ মৰমিয়াল পিতৃৰ আশ্ৰয় আৰু তেওঁৰ লোকসকলৰ মাজত আমি সুৰক্ষিত হ’ব পাৰোঁ

  • ঈশ্বৰে দেখুৱা বাটৰপৰা যদি আমি বিচলিত হওঁ, তেনেহ’লে আমি নম্ৰতাৰে উভতি অহা উচিত। আমি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰোঁ যে যিহোৱা ঈশ্বৰে আমাক ক্ষমা কৰিব

  • যিসকলে অনুতাপ কৰি মণ্ডলীলৈ উভতি আহে, আমি তেওঁলোকক যিহোৱা ঈশ্বৰৰ দৰে আন্তৰিকতাৰে আদৰণি জনোৱা উচিত