দক্ষিণ আফ্ৰিকাত পাৰিবাৰিক উপাসনাৰ সময়ত গীত গাইছে

আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা ডিচেম্বৰ 2018

আলোচনাৰ বাবে আৰ্হি

জীৱনৰ উদ্দেশ্য আৰু ভৱিষ্যতৰ বাবে ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত ধাৰাবাহিকৰূপে প্ৰকাশ কৰা আলোচনাৰ বাবে আৰ্হি।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

তাড়না দিয়া এজন ব্যক্তি উদ্যমী প্ৰচাৰক হৈ পৰিল

যদি আপুনি বাইবেলৰপৰা অধ্যয়ন কৰি আছে, কিন্তু বাপ্তিষ্মা লোৱা নাই, তেনেহ’লে চৌলৰ দৰে আপুনিও কোনো পলম নকৰাকৈ পদক্ষেপ ল’বলৈ আগবাঢ়ি আহিবনে?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

বাৰ্ণাব্বা আৰু পৌলে দূৰ-দূৰণি ঠাইবোৰত শিষ্য বনায়

বিৰোধৰ সন্মুখীন হোৱাৰ সত্ত্বও বাৰ্ণাব্বা আৰু পৌলে নম্ৰ লোকসকলক খ্ৰীষ্টান হ’বলৈ সহায় কৰিছিল।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—“নিৰূপিত” হোৱা লোকসকলক শিষ্য হ’বলৈ সহায় কৰক

শিষ্য বনোৱাত আমি কেনেকৈ যিহোৱাৰ লগত কাৰ্য্য কৰিব পাৰোঁ?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

ঈশ্বৰৰ বাক্যৰ আধাৰত একে মনৰ নিৰ্ণয়

এই বিষয়টো যিদৰে সমাধান কৰা হৈছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আনন্দেৰে গীত গাই যিহোৱাক প্ৰশংসা কৰক

ৰাজ্যৰ গীতে কেনেকৈ আমাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

পাঁচনি পৌলৰ দৰে ঘোষণা কৰক আৰু শিক্ষা দিয়ক

আমি পৌলৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

তোমালোকে নিজলৈ আৰু গোটেই জাকলৈকো সাৱধান হোৱা

প্ৰাচীনসকলে মনত ৰাখে যে প্ৰতিজন মেৰক খ্ৰীষ্টৰ বহুমূলীয়া তেজেৰে কিনা হৈছে। সেইবাবে, তেওঁলোকে জাকক খোৱায়, সুৰক্ষা দিয়ে আৰু জাকৰ যত্ন লয়।