Skip to content

Skip to table of contents

ডিচেম্বৰ ১০-১৬

পাঁচনিৰ কৰ্ম্ম ১২-১৪

ডিচেম্বৰ ১০-১৬
  • গীত ১০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • বাৰ্ণাব্বা আৰু পৌলে দূৰ-দূৰণি ঠাইবোৰত শিষ্য বনায়”: (১০ মি.)

    • পাঁচ ১৩:২, ৩—যিহোৱা ঈশ্বৰে বাৰ্ণাব্বা আৰু চৌলক এক বিশেষ কামৰ বাবে মনোনিত কৰে (bt-HI ৮৬ ¶৪)

    • পাঁচ ১৩:১২, ৪৮; ১৪:১—তেওঁলোকৰ পৰিশ্ৰমৰ ভাল পৰিণাম দেখা যায় (bt-HI ৯৫ ¶৫)

    • পাঁচ ১৪:২১, ২২—বাৰ্ণাব্বা আৰু পৌলে নতুন শিষ্যসকলক উৎসাহিত কৰে (w১৪-HI ৯/১৫ ১৩ ¶৪-৫)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • পাঁচ ১২:২১-২৩—হেৰোদৰ লগত যি হৈছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ? (w০৮-HI ৫/১৫ ৩২ ¶৭)

    • পাঁচ ১৩:৯—চৌলক কিয় “পৌলো” বুলি কোৱা হৈছিল? (পাঁচ ১৩:৯ পদৰ ওপৰত “চৌল, যি জনক পৌলো বোলে” আৰু “পৌল” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) পাঁচ ১২:১-১৭

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।

  • ভাষণ: (৬ মি. বা কম) bt-HI ৭৮-৭৯ ¶৮-৯—বিষয়: সংগী ভাই-ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন