Skip to content

Skip to table of contents

চৰ্জিয় পৌলৰ সন্মুখত পাঁচনি পৌল আৰু বাৰ্ণাব্বা

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ১২-১৪

বাৰ্ণাব্বা আৰু পৌলে দূৰ-দূৰণি ঠাইবোৰত শিষ্য বনায়

বাৰ্ণাব্বা আৰু পৌলে দূৰ-দূৰণি ঠাইবোৰত শিষ্য বনায়

১৩:১২, ৪৮; ১৪:১, ২১, ২২

বিৰোধৰ সন্মুখীন হোৱাৰ সত্ত্বেও বাৰ্ণাব্বা আৰু পৌলে নম্ৰ লোকসকলক খ্ৰীষ্টান হ’বলৈ সহায় কৰিছিল

  • তেওঁলোকে সকলো পৃষ্ঠভূমিৰ লোকসকলক ঘোষণা কৰিছিল

  • তেওঁলোকে নতুন শিষ্যসকলক “বিশ্বাসত থিৰে থাকিবলৈ” উৎসাহিত কৰিছিল