Skip to content

Skip to table of contents

ডিচেম্বৰ ১৭-২৩

পাঁচনিৰ কৰ্ম্ম ১৫-১৬

ডিচেম্বৰ ১৭-২৩
  • গীত ৩৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • ঈশ্বৰৰ বাক্যৰ আধাৰত একে মনৰ নিৰ্ণয়”: (১০ মি.)

    • পাঁচ ১৫:১, ২—চুন্নৎ কৰাৰ বিষয়ৰ বাবে আৰম্ভণিৰ খ্ৰীষ্টান মণ্ডলী বিভাজন হোৱাৰ সম্ভাৱনা আছিল (bt-HI ১০২-১০৩ ¶৮)

    • পাঁচ ১৫:১৩-২০—প্ৰশাসন গোষ্ঠীৰ নিৰ্ণয় শাস্ত্ৰৰ আধাৰত আছিল (w১২-HI ১/১৫ ৫ ¶৬-৭)

    • পাঁচ ১৫:২৮, ২৯; ১৬:৪, ৫—প্ৰশাসন গোষ্ঠীৰ নিৰ্ণয়ে মণ্ডলীবোৰক দৃঢ় কৰে (bt-HI ১২৩ ¶১৮)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • পাঁচ ১৬:৬-৯—বেছিকৈ সেৱা কৰাৰ বিষয়ে আমি এই বিৱৰণৰপৰা কি শিকিব পাৰোঁ? (w১২-HI ১/১৫ ১০ ¶৮)

    • পাঁচ ১৬:৩৭—পাঁচনি পৌলে ঘোষণা কাৰ্য্য বেছিকৈ কৰিবলৈ, ৰোমৰ নাগৰিকতাক কেনেকৈ ব্যৱহাৰ কৰিছিল? (পাঁচ ১৬:৩৭ পদৰ ওপৰত “ৰোমীয়া লোক যি আমি” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) পাঁচ ১৬:২৫-৪০

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅ’খনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅ’খন নচলাব)।

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন