Skip to content

Skip to table of contents

মণ্ডলীয়ে প্ৰশাসন গোষ্ঠীৰ নিৰ্ণয় মনোযোগেৰে শুনিছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ১৫-১৬

ঈশ্বৰৰ বাক্যৰ আধাৰত একে মনৰ নিৰ্ণয়

ঈশ্বৰৰ বাক্যৰ আধাৰত একে মনৰ নিৰ্ণয়

এই বিষয়টো যিদৰে সমাধান কৰা হৈছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ?

১৫:১, ২—নম্ৰ হোৱা আৰু ধৈৰ্য্য ধৰা উচিত। পৌল আৰু বাৰ্ণাব্বাই সমস্যাটোৰ সমাধান নিজে কৰাৰ পৰিৱৰ্তে, যিহোৱাৰ সংগঠনৰপৰা নিৰ্দেশনা বিচাৰে।

১৫:২৮, ২৯—ঈশ্বৰৰ সংগঠনৰ ওপৰত ভৰসা কৰা উচিত। মণ্ডলীৰ ভাই-ভনীসকলৰ ভৰসা আছিল যে যিহোৱা ঈশ্বৰে তেওঁৰ পবিত্ৰ আত্মা আৰু যীচু খ্ৰীষ্টৰ যোগেদি নিৰ্দেশনা দিব।

১৬:৪, ৫—আজ্ঞা পালন কৰা উচিত। প্ৰশাসন গোষ্ঠীৰ নিৰ্দেশনা পালন কৰাৰ বাবে মণ্ডলীবোৰত উন্নতিয়ে দেখা দিয়ে।