Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ১৭-১৮

পাঁচনি পৌলৰ দৰে ঘোষণা কৰক আৰু শিক্ষা দিয়ক

পাঁচনি পৌলৰ দৰে ঘোষণা কৰক আৰু শিক্ষা দিয়ক

১৭:২, ৩, ১৭, ২২, ২৩

আমি পৌলৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

  • আমি শাস্ত্ৰপদ ব্যৱহাৰ কৰি লোকসকলৰ লগত যুক্তি কৰিব পাৰোঁ আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি আমাৰ যুক্তি সাল-সলনি কৰিব পাৰোঁ

  • লোকসকল ক’ত আৰু কেতিয়া পোৱা যাব, সেই কথা ধ্যান ৰাখি আমি ঘোষণা কৰা উচিত

  • লোকসকলে একমত হ’ব পৰা এটা বিষয় তুলি ধৰিবলৈ আমি তেওঁলোকৰ বিশ্বাসৰ বিষয়ে কৌশলতাৰে একমত হ’ব পাৰোঁ