Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ১৯-২০

তোমালোকে নিজলৈ আৰু গোটেই জাকলৈকো সাৱধান হোৱা

তোমালোকে নিজলৈ আৰু গোটেই জাকলৈকো সাৱধান হোৱা

২০:২৮, ৩১, ৩৫

প্ৰাচীনসকলে মনত ৰাখে যে প্ৰতিজন মেৰক খ্ৰীষ্টৰ বহুমূলীয়া তেজেৰে কিনা হৈছে। সেইবাবে, তেওঁলোকে জাকক খোৱায়, সুৰক্ষা দিয়ে আৰু জাকৰ যত্ন লয়। পাঁচনি পৌলৰ দৰে তেওঁলোকে জাকক চোৱা-চিতা কৰিবলৈ বহুতো ত্যাগ কৰে। সেইবাবে, ভাই-ভনীসকলে তেওঁলোকক প্ৰেম কৰে আৰু অন্তৰৰপৰা তেওঁলোকক কৃতজ্ঞতা দেখুৱায়।