Skip to content

Skip to table of contents

ডিচেম্বৰ ৩-৯

পাঁচনিৰ কৰ্ম্ম ৯-১১

ডিচেম্বৰ ৩-৯
  • গীত ৩৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • তাড়না দিয়া এজন ব্যক্তি উদ্যমী প্ৰচাৰক হৈ পৰিল”: (১০ মি.)

    • পাঁচ ৯:১, ২—চৌল নিষ্ঠুৰভাৱে যীচুৰ শিষ্যসকলক তাড়না দিছিল (bt-HI ৬০ ¶১-২)

    • পাঁচ ৯:১৫, ১৬—যীচুৰ বিষয়ে সাক্ষ্য দিবলৈ চৌলক মনোনিত কৰা হয় (w১৬.০৬-HI ৭ ¶৪)

    • পাঁচ ৯:২০-২২—চৌল এজন উদ্যমী প্ৰচাৰক হৈ পৰিল (bt-HI ৬৪ ¶১৫)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • পাঁচ ৯:৪—যীচুৱে চৌলক এইদৰে কিয় কৈছিল: “মোক কিয় তাড়না কৰিছা?” (bt-HI ৬০-৬১ ¶৫-৬)

    • পাঁচ ১০:৬—এই কথা কিয় মন কৰিবলগীয়া যে পাঁচনি পিতৰে এজন চমাৰৰ ঘৰত আলহী হৈ আছিল? (পাঁচ ১০:৬ পদৰ ওপৰত “চিমোন নামেৰে এজন চমাৰ” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) পাঁচ ৯:১০-২২

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪৭

  • স্থানীয় প্ৰয়োজনীয়তা: (৮ মি.)

  • সংগঠনে লাভ কৰা সফলতা: (৭ মি.) ডিচেম্বৰ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅ’খন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ১৫

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৩৬ আৰু প্ৰাৰ্থনা