আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা ডিচেম্বৰ 2019
আলোচনাৰ বাবে আৰ্হি
বাইবেল আৰু এক আনন্দপূৰ্ণ জীৱনৰ বিষয়ে ধাৰাবাহিক আলোচনা।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
গণিব নোৱাৰা এক বৰ লোকসমূহ যিহোৱাৰপৰা আশীৰ্ব্বাদ লাভ কৰে
আপুনি বৰ লোকসমূহৰ ভাগ হৈ কেনেকৈ ইয়াৰ আশীৰ্ব্বাদবোৰ উপভোগ কৰিব পাৰে?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“দুজন সাক্ষীক” হত্যা কৰা হৈছে আৰু পুনৰ জীৱন দিয়া হৈছে
পাঁচনি যোহনে দৰ্শনত দেখা দুজন সাক্ষীৰ অৰ্থ কি?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
পৃথিৱীয়ে “নদী গ্ৰাস কৰিলে”
যিসকলে বিশ্বাসৰ বাবে জেলত আছে, তেওঁলোকক যিহোৱা ঈশ্বৰে কেনেকৈ সহায় কৰিছিল?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
হিংস্ৰ পশুবোৰক ভয় নাখাব
প্ৰকাশিত বাক্য কিতাপৰ ১৩ অধ্যায়ত উল্লেখ কৰা পশুবোৰক ভয় কৰাৰপৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰিম?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
ঈশ্বৰৰ যুদ্ধই সকলো যুদ্ধ শেষ কৰিব
ঈশ্বৰক কিয় যুদ্ধ কৰাৰ প্ৰয়োজন আৰু আমি কেনেকৈ উদ্ধাৰ পাম?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“চোৱা, মই সকলোকে নতুন কৰোঁ”
ঈশ্বৰে কেনেকৈ সকলোকে নতুন কৰিব আৰু ইয়াৰ অৰ্থ কি?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰক—পৰিস্থিতিৰ লগত নিজকে খাপ খোৱাওক
আমি ঘোষণা কাৰ্য্যত নিজকে কেনেকৈ পৰিস্থিতিৰ লগত খাপ খোৱাব পাৰোঁ?