আলোচনাৰ বাবে আৰ্হি
●○○ প্ৰথম সাক্ষাৎ
প্ৰশ্ন: সুখ আৰু আনন্দেৰে জীৱন অতিবাহিত কৰাৰ বাবে আমি নিৰ্ভৰযোগ্য উপদেশ কʼত বিচাৰি পাম?
পদ: গীত ১:১, ২
পৰৱৰ্তী সাক্ষাতৰ বাবে: টকা-পইচা আৰু ধন-সম্পত্তিৰ প্ৰতি থকা মোহে, আমাৰ সুখ-শান্তিৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলাব পাৰে?
○●○ প্ৰথম পুনৰ সাক্ষাৎ
প্ৰশ্ন: টকা-পইচা আৰু ধন-সম্পত্তিৰ প্ৰতি থকা মোহে, আমাৰ সুখ-শান্তিৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলাব পাৰে?
পদ: ১তীম ৬:৯, ১০
পৰৱৰ্তী সাক্ষাতৰ বাবে: সঠিক মনোভাৱ বজাই ৰাখিলে আমি কেনেকৈ উপকৃত হʼব পাৰোঁ?
○○● দ্বিতীয় পুনৰ সাক্ষাৎ
প্ৰশ্ন: সঠিক মনোভাৱ বজাই ৰাখিলে আমি কেনেকৈ উপকৃত হʼব পাৰোঁ?
পদ: হিতো ১৭:২২
পৰৱৰ্তী সাক্ষাতৰ বাবে: বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ সত্ত্বেও এটা পৰিয়ালে কেনেকৈ সুখী হʼব পাৰে?