Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ৭-৯

গণিব নোৱাৰা এক বৰ লোকসমূহ যিহোৱাৰপৰা আশীৰ্ব্বাদ লাভ কৰে

গণিব নোৱাৰা এক বৰ লোকসমূহ যিহোৱাৰপৰা আশীৰ্ব্বাদ লাভ কৰে

৭:৯, ১৪-১৭

যিহোৱা ঈশ্বৰে বৰ লোকসমূহক কিয় আশীৰ্ব্বাদ দিয়ে?

  • তেওঁলোকে ‘[যিহোৱাৰ] সিংহাসনৰ আগত থিয় হৈ আছে’ আৰু যিহোৱা ঈশ্বৰৰ সাৰ্ব্বভৌমত্ত্বক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে

  • তেওঁলোকে “বগা বস্ত্ৰ” পৰিধান কৰিছে। ইয়ে তেওঁলোকক যীচুৰ বলিদানৰ ওপৰত বিশ্বাস কৰাৰ বাবে যিহোৱাৰ সন্মুখত শুচি আৰু ধাৰ্ম্মিক বুলি চিত্ৰিত কৰে

  • তেওঁলোকে “দিনে-ৰাতিয়ে” পবিত্ৰ সেৱা কৰে। একেলেথাৰিয়ে আৰু নিষ্ঠাৰে তেওঁলোকে যিহোৱাৰ উপাসনা কৰিছে

বৰ লোকসমূহৰ ভাগ হʼবলৈ মই কি কৰা উচিত?