ডিচেম্বৰ ২৩-২৯
প্ৰকাশিত বাক্য ১৭-১৯
গীত ১৪৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“ঈশ্বৰৰ যুদ্ধই সকলো যুদ্ধ শেষ কৰিব”: (১০ মি.)
প্ৰকা ১৯:১১, ১৪-১৬—যীচু খ্ৰীষ্টই ঈশ্বৰৰ ধাৰ্ম্মিক ন্যায়ক পূৰ কৰিব (w০৮-E ৪/১ ৮ ¶৩-৪; it-১-E ১১৪৬ ¶১)
প্ৰকা ১৯:১৯, ২০—পশু আৰু মিছা ভৱিষ্যতবক্তাক বিনাশ কৰা হʼব (re-E ২৮৬ ¶২৪)
প্ৰকা ১৯:২১—ঈশ্বৰৰ সাৰ্ব্বভৌমত্ত্বৰ বিৰোধ কৰা সকলো মানুহৰ বিনাশ হʼব (re-E ২৮৬ ¶২৫)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
প্ৰকা ১৭:৮—বৰ্ণনা কৰক যে পশু কেনেকৈ “আছিল, কিন্তু সম্প্ৰতি নাই, পাছে উপস্থিত হব।” (re-E ২৪৭-২৪৮ ¶৫-৬)
প্ৰকা ১৭:১৬, ১৭—আমি কেনেকৈ জানিব পাৰোঁ যে মিছা ধৰ্ম্ম সহজে নাইকিয়া নহʼব? (w১২-HI ৬/১৫ ১৮ ¶১৭)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) প্ৰকা ১৭:১-১১ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৮)
বাইবেল অধ্যয়ন: (৫ মি. বা কম) jl পাঠ ৮ (শিক্ষা অধ্যায় ১৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ১৫০
মোক সাহস দিয়া: (১৫ মি.) আলোচনা। মোক সাহস দিয়া মূল গীতটি দেখুৱাওক। তাৰ পাছত তলৰ প্ৰশ্নবোৰ আলোচনা কৰক: জীৱনৰ কেনে পৰিস্থিতিত সাহসৰ প্ৰয়োজন? বাইবেলৰ কোনটো ঘটনাই আপোনাক সাহস দিয়ে? আমাৰ লগত কোন আছে? সকলোকে থিয় হৈ “মোক সাহস দিয়া” গীতটি গাবলৈ অনুৰোধ কৰাৰ যোগেদি ভাগটো সমাপ্ত কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৪ ¶১৭-২১
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১৩৩ আৰু প্ৰাৰ্থনা