Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ১৭-১৯

ঈশ্বৰৰ যুদ্ধই সকলো যুদ্ধ শেষ কৰিব

ঈশ্বৰৰ যুদ্ধই সকলো যুদ্ধ শেষ কৰিব

১৯:১১, ১৪-১৬, ১৯-২১

“প্ৰেম আৰু শান্তিৰ আকৰ ঈশ্বৰ” যিহোৱাই কিয় “শান্তিৰাজ” যীচু খ্ৰীষ্টক যুদ্ধত যুঁজ কৰিবলৈ নিযুক্ত কৰিছে?২কৰি ১৩:১১; যিচ ৯:৬.

  • যিহোৱা আৰু যীচু দুয়োজনে ধাৰ্মিকতাক প্ৰেম কৰে আৰু দুষ্টতাক ঘিণ কৰে

  • দুষ্ট লোকসকলক নাইকিয়া কৰাৰ পাছতহে সদায় কালৰ বাবে শান্তি আৰু ন্যায় হʼব

  • ছবিখনত দেখুৱা বগা ঘোঁৰা আৰু বগা পৰিষ্কাৰ কাপোৰ পৰিধান কৰা এই ঈশ্বৰৰ স্বৰ্গীয় বাহিনীয়ে “সোধ-বিচাৰ আৰু যুদ্ধ” কৰিব

এই যুদ্ধৰপৰা উদ্ধাৰ পাম বুলি আমি কেনেকৈ নিশ্চিত হʼব পাৰোঁ?—চফ ২:৩