Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ২০-২২

“চোৱা, মই সকলোকে নতুন কৰোঁ”

“চোৱা, মই সকলোকে নতুন কৰোঁ”

২১:১-৫

সকলোকে নতুন কৰিম বুলি যিহোৱাই প্ৰতিজ্ঞা কৰিছে।

  • “নতুন আকাশ-মণ্ডল”: এখন নতুন চৰকাৰ, যাৰ যোগেদি পৃথিৱীত ধাৰ্ম্মিকতা স্থাপন কৰা হʼব

  • “নতুন পৃথিবী”: ঈশ্বৰৰ শাসনক স্বীকাৰ কৰা আৰু তেওঁৰ ধাৰ্ম্মিক মানদণ্ড অনুসৰি জীৱন অতিবাহিত কৰা লোকসকলৰ এখন সমাজ

  • “সকলোকে নতুন”: শাৰীৰিক, মানসিক আৰু আবেগিকভাৱে ভুগী থকা এই সকলো যন্ত্ৰনা, প্ৰতিদিনে অনুভৱ কৰা আনন্দময় স্মৃতিৰে নাইকিয়া কৰিব