Skip to content

Skip to table of contents

ডিচেম্বৰ ৯-১৫

প্ৰকাশিত বাক্য ১০-১২

ডিচেম্বৰ ৯-১৫
  • গীত ২৬ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • ‘দুজন সাক্ষীক’ হত্যা কৰা হৈছে আৰু পুনৰ জীৱন দিয়া হৈছে”: (১০ মি.)

    • প্ৰকা ১১:৩—১,২৬০ দিনৰ বাবে ‘দুজন সাক্ষীৰ’ ভৱিষ্যতবাণী (w১৪-HI ১১/১৫ ৩০)

    • প্ৰকা ১১:৭—তেওঁলোকক এটা ‘পশুৱে’ বধ কৰিব

    • প্ৰকা ১১:১১—“চাৰে তিন দিনৰ” পাছত ‘দুজন সাক্ষীক’ পুনৰ জীৱন দিয়া হয়

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • প্ৰকা ১০:৯, ১০—যোহনক দিয়া বাৰ্ত্তা কেনেকৈ “তিতা” আৰু “মৌৰ” দৰে আছিল? (it-২-E ৮৮০-৮৮১)

    • প্ৰকা ১২:১-৫—এই পদবোৰ কেনেকৈ পূৰ হৈছিল? (it-২-E ১৮৭ ¶৭-৯)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) প্ৰকা ১০:১-১১ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন