ডিচেম্বৰ ৯-১৫
প্ৰকাশিত বাক্য ১০-১২
গীত ২৬ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“‘দুজন সাক্ষীক’ হত্যা কৰা হৈছে আৰু পুনৰ জীৱন দিয়া হৈছে”: (১০ মি.)
প্ৰকা ১১:৩—১,২৬০ দিনৰ বাবে ‘দুজন সাক্ষীৰ’ ভৱিষ্যতবাণী (w১৪-HI ১১/১৫ ৩০)
প্ৰকা ১১:৭—তেওঁলোকক এটা ‘পশুৱে’ বধ কৰিব
প্ৰকা ১১:১১—“চাৰে তিন দিনৰ” পাছত ‘দুজন সাক্ষীক’ পুনৰ জীৱন দিয়া হয়
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
প্ৰকা ১০:৯, ১০—যোহনক দিয়া বাৰ্ত্তা কেনেকৈ “তিতা” আৰু “মৌৰ” দৰে আছিল? (it-২-E ৮৮০-৮৮১)
প্ৰকা ১২:১-৫—এই পদবোৰ কেনেকৈ পূৰ হৈছিল? (it-২-E ১৮৭ ¶৭-৯)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) প্ৰকা ১০:১-১১ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ আপোনাৰ এলেকাত প্ৰযোজ্য হোৱা সুযোগ বিচাৰি সাক্ষ্য দিয়ক। (শিক্ষা অধ্যায় ৩)
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত আমাৰ শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ৯)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ১৪৮
“পৃথিৱীয়ে ‘নদী গ্ৰাস কৰিলে’”: (১৫ মি.) আলোচনা। কোৰিয়াৰ ভাইসকলে জেলৰপৰা মুক্তি পায় নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৪ ¶১-৯
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১৩১ আৰু প্ৰাৰ্থনা