Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ১০-১২

“দুজন সাক্ষীক” হত্যা কৰা হৈছে আৰু পুনৰ জীৱন দিয়া হৈছে

“দুজন সাক্ষীক” হত্যা কৰা হৈছে আৰু পুনৰ জীৱন দিয়া হৈছে

১১:৩-১১

  • ‘দুজন সাক্ষী’: অভিষিক্ত ভাইসকলৰ এটা সৰু সমূহ। ১৯১৪ চনত যেতিয়া ঈশ্বৰৰ ৰাজ্যৰ স্থাপন হৈছিল, তেতিয়া এই সমূহে আগ-ভাগ লৈছিল

  • বধ: “মৰাপাটৰ চট” পিন্ধি চাৰে তিনি বছৰ প্ৰচাৰ কৰাৰ পাছত, যেতিয়া তেওঁলোকক জেলত বন্দী কৰা হৈছিল আৰু নিষ্ক্ৰিয় কৰিবলৈ চেষ্টা কৰা হৈছিল, তেতিয়া তেওঁলোকক “বধ” কৰা হৈছিল

  • পুনৰ জীৱন দিয়া হৈছিল: লাক্ষণিক চাৰে তিনি দিন শেষ হোৱাৰ পাছত তেওঁলোকে যেতিয়া জেলৰপৰা মুক্ত হৈছিল আৰু ৰখি যোৱা প্ৰচাৰ কামৰ আগ-ভাগ লৈছিল, তেতিয়া তেওঁলোকক পুনৰ জীৱন দিয়া হৈছিল