ডিচেম্বৰ ১৪-২০
লেবীয়া পুস্তক ১২-১৩
গীত ১৪০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“কুষ্ঠৰোগৰ বিষয়ে দিয়া নিয়মৰপৰা শিক্ষা”: (১০ মি.)
লেবী ১৩:৪, ৫—কুষ্ঠৰোগীক কিছু দিনৰ বাবে পৃথকে ৰখা হৈছিল (wp১৮.১-HI ৭)
লেবী ১৩:৪৫, ৪৬—বেমাৰ বিয়পাৰপৰা দূৰে থাকিবলৈ তেওঁক পৃথকে থকা হৈছিল (wp১৬.৩-HI ৯ ¶১)
লেবী ১৩:৫২, ৫৭—সংক্ৰামক বস্তুবোৰ জুইত জ্বলাই দিয়া হৈছিল (it-২-E ২৩৮ ¶৩)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
লেবী ১২:২, ৫—সন্তান প্ৰসৱে এগৰাকী স্ত্ৰীক কিয় “অশুচি” কৰে? (w০৪ ৬/১ ৩০ ¶২)
লেবী ১২:৩—যিহোৱাই ল’ৰাৰ জন্ম হোৱাৰ অষ্টম দিনৰ পাছত কিয় লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিবলৈ কৈছিল? (wp১৮.১-HI ৭)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) লেবী ১৩:৯-২৮ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পুনৰ সাক্ষাতৰ ভিডিঅʼ: (৪ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকল সোধক: ভাই ৰাজিবে কেনেকৈ প্ৰভাৱশালী উপায়েৰে প্ৰশ্ন কৰিলে? ভাইজনে বাইবেল পদৰ লাভজনক শিক্ষাৰ বিষয়ে কেনেকৈ বুজালে?
পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১৯)
পুনৰ সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত ভাল খবৰ ব্ৰচাৰখন দিয়ক আৰু পাঠ ১১-ৰপৰা বাইবেল অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৯)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ১২৫
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি. বা কম) ঈশ্বৰৰ প্ৰেম অধ্যায় ১১ ¶১-৯
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ২৪ আৰু প্ৰাৰ্থনা