Skip to content

Skip to table of contents

ডিচেম্বৰ ২১-২৭

লেবীয়া পুস্তক ১৪-১৫

ডিচেম্বৰ ২১-২৭
  • গীত ১২২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • যিহোৱাৰ উপাসকসকল শুদ্ধ হৈ থকা উচিত”: (১০ মি.)

    • লেবী ১৫:১৩-১৫—পুৰুষসকলে নিজকে শুচি কৰিবলগীয়া হৈছিল (it-১-E ২৬৩)

    • লেবী ১৫:২৮-৩০—তিৰোতাসকলে নিজকে শুচি কৰিবলগীয়া হৈছিল (it-২-E ৩৭২ ¶২)

    • লেবী ১৫:৩১—যিহোৱাই নিজৰ লোকসকলে শুদ্ধ উপাসনা কৰাটো বিচাৰে (it-১-E ১১৩৩)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • লেবী ১৪:১৪, ১৭, ২৫, ২৮—এজন ব্যক্তিৰ সোঁকাণত আৰু সোঁহাত-ভৰিৰ আঙুলিত তেজ বা তেল লগোৱাৰ অৰ্থ কি আছিল? তাৰপৰা আমি কি শিকিব পাৰোঁ? (it-১-E ৬৬৫ ¶৫; w১৪-HI ১১/১৫ ৯ ¶৭)

    • লেবী ১৪:৪৩-৪৫—সংক্ৰামক কুষ্ঠৰোগৰ বিষয়ে দিয়া নিয়মৰপৰা ইস্ৰায়েলীসকলে যিহোৱাৰ বিষয়ে কি শিকিব পাৰিলেহেঁতেন? (g-E ১/০৬ ১৪, বক্স)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লেবী ১৪:১-১৮ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন