Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লেবীয়া পুস্তক ১৬-১৭

প্ৰায়শ্চিত্ত-দিনৰপৰা আমি কি শিকিব পাৰোঁ?

প্ৰায়শ্চিত্ত-দিনৰপৰা আমি কি শিকিব পাৰোঁ?

১৬:১২-১৫

প্ৰায়শ্চিত্ত-দিনত উৎসৰ্গ কৰা ধূপৰপৰা আমি কি শিকিব পাৰোঁ?

  • যিহোৱাৰ বিশ্বাসী সেৱকসকলৰ প্ৰাৰ্থনা সুগন্ধি ধূপৰ দৰে হয়। (গীত ১৪১:২) যিদৰে মহা-পুৰোহিতসকলে শ্ৰদ্ধাৰে ঈশ্বৰৰ সন্মুখত ধূপ জ্বলাইছিল। ঠিক সেইদৰে আমিও শ্ৰদ্ধাৰে আৰু গভীৰ সন্মানেৰে যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত

  • যদি মহা-পুৰোহিতে সুগন্ধি ধূপ জ্বলাই বলিদান উৎসৰ্গ কৰে, তেতিয়াহে যিহোৱাই তেওঁৰ বলিদান গ্ৰহণ কৰিছিল। ঠিক সেইদৰে যীচুৱে যিহোৱাৰ আজ্ঞা পালন কৰি, বিশ্বাসী হৈ থকাৰ বাবে যিহোৱাই তেওঁৰ বলিদান গ্ৰহণ কৰিলে

যদি মোৰ সেৱা যিহোৱাই গ্ৰহণ কৰাটো বিচাৰোঁ, তেনেহʼলে মই কি কৰা উচিত?