Skip to content

Skip to table of contents

ডিচেম্বৰ ৭-১৩

লেবীয়া পুস্তক ১০-১১

ডিচেম্বৰ ৭-১৩
  • গীত ৩২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • পৰিয়ালতকৈ অধিক যিহোৱাক প্ৰেম কৰক”: (১০ মি.)

    • লেবী ১০:১, ২—যিহোৱাই নাদব আৰু অবীহূক মৃত্যুদণ্ড দিছিল, কাৰণ তেওঁলোকে নিয়ম উলংঘন কৰি জুই উৎসৰ্গ কৰিছিল (it-১-E ১১৭৪)

    • লেবী ১০:৪, ৫—তেওঁলোকৰ মৃতদেহবোৰ ছাউনিৰ বাহিৰলৈ লৈ যোৱা হʼল

    • লেবী ১০:৬, ৭—যিহোৱাই হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক শোক নকৰিবলৈ আজ্ঞা দিছিল (w১১-HI ৭/১৫ ৩১ ¶১৬)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • লেবী ১০:৮-১১—এই পদবোৰৰপৰা আমি কি শিকিব পাৰোঁ? (w১৪-HI ১১/১৫ ১৭ ¶১৮)

    • লেবী ১১:৮—বিধানৰমতে অশুচি জন্তুবোৰ খ্ৰীষ্টানসকলে খাব নোৱাৰে নেকি? (it-১-E ১১১ ¶৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লেবী ১০:১-১৫ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৪ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: ভাই ৰাজিবে কেনেকৈ সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয় পাৰ কৰিলে? আপুনি গীতমালা ১:১, ২ পদবোৰ আৰু কেনেকৈ বুজাব পাৰে?

  • প্ৰথম সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ জনাওক আৰু যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব) (শিক্ষা অধ্যায় ২০)

  • ভাষণ: (৫ মি. বা কম) w১১-HI ২/১৫ ১২—বিষয়: মোচিয়ে ইলিয়াজৰ আৰু ঈথামৰৰ ওপৰত কিয় ক্ৰোধিত হৈছিল আৰু পাছলৈ তেওঁৰ খং কেনেকৈ শান্ত হʼল? (শিক্ষা অধ্যায় ১২)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন