লেবীয়া পুস্তক ১০-১১
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান |পৰিয়ালতকৈ অধিক যিহোৱাক প্ৰেম কৰক
১০:১, ২, ৪-৭
যিহোৱাই হাৰোণক তেওঁৰ পুত্ৰৰ মৃত্যুৰ শোক নকৰিবলৈ আজ্ঞা দিছিল, তাৰপৰা আমি এটা গুৰুত্বপূৰ্ণ কথা শিকিব পাৰোঁ। যদি আমাৰ পৰিয়ালৰ কোনো সদস্যৰ বহিষ্কাৰ হৈছে, তেনেহʼলে আমি তেওঁৰ লগত কোনো সম্পৰ্ক ৰখা উচিত নহয়। আমি আটাইতকৈ বেছি যিহোৱাক প্ৰেম কৰা উচিত।
যিসকলৰ বহিষ্কাৰ হৈছে, তেওঁলোকৰ লগত মিলা-মিচা নকৰাটো কিয় লাভজনক?—১কৰি ৫:১১; ২যোহ ১০, ১১