ডিচেম্বৰ ১২-১৮
২ ৰাজাৱলি ১৬-১৭
গীত ১১৫ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“যিহোৱাৰ ধৈৰ্য্য দেখুৱাৰ এক সীমা আছে”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২ৰাজা ১৭:২৯—এই পদত কোৱা ‘চমৰিয়াবিলাক’ কোন হয়? পাছত ‘চমৰিয়াবিলাক’ বুলি কাক কʼবলৈ ধৰিলে? (it-২-E ৮৪৭)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২ৰাজা ১৭:১৮-২৮ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সেই ব্যক্তিজনক আমাৰ ৱেবছাইটৰ বিষয়ে জনাওক আৰু jw.org যোগাযোগৰ কাৰ্ডখন দিয়ক। (শিক্ষা অধ্যায় ৪)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহুবাৰ কথা পাতিলে আৰু তেওঁ বেছিকৈ জানিবলৈ বিচাৰিছে। বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু ইয়াৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ২০)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ০৮, ভাগ ৫ (শিক্ষা অধ্যায় ৯)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“জগতৰ অন্তৰ সময়ত আপোনাক বচোৱা হʼব বুলি ভৰসা ৰাখক”: (৫ মি.) আলোচনা।
সংগঠনে লাভ কৰা সফলতা: (১০ মি.) ডিচেম্বৰ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅ‘খন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ১০৮
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৪৮ আৰু প্ৰাৰ্থনা