Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আমাৰ সাহস নাইকিয়া কৰাৰ বিৰোধীসকলৰ কৌশল

আমাৰ সাহস নাইকিয়া কৰাৰ বিৰোধীসকলৰ কৌশল

আমাৰ বিৰোধীসকলে নেতৃত্ব লোৱা ভাইসকলৰ বিষয়ে মিছা কথা কৈ আমাৰ সাহস নাইকিয়া কৰিবলৈ চেষ্টা কৰে (২ৰাজা ১৮:১৯-২১; w০৫ ৮/১ ১১ ¶৬)

তেওঁলোকে যিহোৱা বা সংগঠনৰ বিষয়ে মিছা কথা কৈ আমাক ভুল পথত নিবলৈ চেষ্টা কৰে (২ৰাজা ১৮:২২, ২৫; w১০-HI ৭/১৫ ১৩ ¶৩)

তেওঁলোকে মিছা প্ৰতিজ্ঞা কৰি আমাক ফুচলাবলৈ চেষ্টা কৰে (২ৰাজা ১৮:৩১, ৩২; w১৩-HI ১১/১৫ ১৯ ¶১৪; yb৭৪-HI ১৭৭ ¶১)

নিজকে সোধক: ‘আজি মই এনে কি কৰিব পাৰোঁ, যাৰ সহায়ত ভৱিষ্যতে মোৰ ওপৰত যদি তাড়না আহে, তেনেহʼলে তাক ধৈৰ্য্যেৰে সন্মুখীন হʼব পাৰিম?’