Skip to content

Skip to table of contents

ডিচেম্বৰ ২৬, ২০২২–জানুৱাৰী ১, ২০২৩

২ ৰাজাৱলি ২০-২১

ডিচেম্বৰ ২৬, ২০২২–জানুৱাৰী ১, ২০২৩
  • গীত ৪১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • হিষ্কিয়াই প্ৰাৰ্থনা কৰাৰ বাবে যিহোৱাই পদক্ষেপ লʼলে”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ২ৰাজা ২১:১৩—যিহোৱাই কৈছিল যে তেওঁ যিৰূচালেমৰ ওপৰত ওলোমসূতা ব্যৱহাৰ কৰিব। ইয়াৰ অৰ্থ কি আছিল? (it-২-E ২৪০ ¶১)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ২ৰাজা ২১:১-১৫ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন