ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
হিষ্কিয়াই প্ৰাৰ্থনা কৰাৰ বাবে যিহোৱাই পদক্ষেপ লʼলে
যিহোৱাই হিষ্কিয়াক কʼলে যে তেওঁ বেমাৰৰ পৰা সুস্থ নহʼব (২ৰাজা ২০:১; ip-১-HI ৩৯৪ ¶২৩)
বিশ্বাসী হিষ্কিয়াই কান্দি কান্দি যিহোৱালৈ মিনতি কৰিলে (২ৰাজা ২০:২, ৩; w১৭.০৩-HI ২১ ¶১৬)
হিষ্কিয়াৰ প্ৰাৰ্থনাৰ বাবে যিহোৱাই তেওঁক সুস্থ কৰিলে (২ৰাজা ২০:২, ৩; w০৩ ১০/১ ৪ ¶১)
আমাৰ প্ৰাৰ্থনাৰ বাবে যিহোৱাই হয়তো এনে কাম কৰিব পাৰে, যিটো কৰিম বুলি তেওঁ আগতে ভবাই নাছিল। এই ঘটনাৰ পৰা আপুনি বাৰে বাৰে প্ৰাৰ্থনা কৰাৰ বিষয়ে কি শিকিলে?