ডিচেম্বৰ ৫-১১
২ ৰাজাৱলি ১৩-১৫
গীত ১২৭ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“মনে-প্ৰাণে সেৱা কৰিলে বহুতো আশীৰ্বাদ পাব পাৰি”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২ৰাজা ১৩:২০, ২১—মৃত ব্যক্তিৰ অস্থি বা এনে কিবা বস্তু আৰু ঠাইৰ প্ৰতি শ্ৰদ্ধা ৰখাটো সঠিক হয় বুলি এই আচৰিত কামে দেখুৱাইনে? (w০৫ ৮/১ ১১ ¶৪)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২ৰাজা ১৩:২০–১৪:৭ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১)
পুনৰ সাক্ষাৎ: (৫ মি.) এনে এজন ব্যক্তিৰ লগত দুখ-কষ্ট নথকা এক অনন্ত জীৱন! ব্ৰচাৰখনৰ পাঠ ০১-ৰ পৰা অধ্যয়ন আৰম্ভ কৰক, যিজনৰ লগত আপুনি বহু বাৰ কথা পাতিলে আৰু তেওঁ বেছিকৈ জানিব বিচাৰিছে। (শিক্ষা অধ্যায় ২০)
ভাষণ: (৫ মি.) km ৮/০৩ ১—বিষয়: সতেজ কৰি তুলা এক কাৰ্য্য (শিক্ষা অধ্যায় ১১)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“যিহোৱাই আমাৰ কঠিন পৰিশ্ৰম কেতিয়াও নাপাহৰে”: (১০ মি.) আলোচনা। যিহোৱাই কেতিয়াও নাপাহৰে নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ১০৭
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৪৯ আৰু প্ৰাৰ্থনা