ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
মনে-প্ৰাণে সেৱা কৰিলে বহুতো আশীৰ্বাদ পাব পাৰি
ইলীচাই ৰজা যোৱাচক এটা কাম কৰিবলৈ দিছিল। তেওঁ এই কামটো যিধৰণে কৰিব, তাৰ পৰাই জানিব পৰা গʼলহেঁতেন যে ইস্ৰায়েলে অৰামৰ ওপৰত কিমান জয়লাভ কৰিব (২ৰাজা ১৩:১৫-১৮)
যোৱাচে এই কাম মনে-প্ৰাণে নকৰিলে। যাৰ বাবে তেওঁলোকে অৰামৰ ওপৰত সম্পূৰ্ণৰূপে জয়লাভ কৰিব নোৱাৰিলে (২ৰাজা ১৩:১৯; w১০-HI ৪/১৫ ২৬-২৭ ¶১১)
যিসকল লোকে মনে-প্ৰাণে যিহোৱাক বিচাৰে, তেওঁলোকক যিহোৱাই বহুতো আশীৰ্বাদ দিয়ে (ইব্ৰী ১১:৬; w১৩-E ১১/১ ১১ ¶৫-৬)
নিজকে সোধক: ‘মই কিদৰে যিহোৱাৰ উপাসনা কৰোঁ? যেনে, মই সম্পূৰ্ণ মনেৰে বাইবেল পঢ়োঁনে? মই সভাত যাবলৈ আৰু প্ৰচাৰ কৰিবলৈ কঠিন পৰিশ্ৰম কৰোঁনে?’