Skip to content

Skip to table of contents

নবেম্বৰ ১৪-২০

২ ৰাজাৱলি ৭-৮

নবেম্বৰ ১৪-২০
  • গীত ১৪৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • যিহোৱাই অসম্ভৱ কামক সম্ভৱ কৰিলে”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ২ৰাজা ৮:১৯—যেতিয়া যিহোৱাই প্ৰতিজ্ঞা কৰিছিল যে তেওঁ দায়ূদ আৰু তেওঁৰ পুত্ৰসকলৰ “প্ৰদীপ” সদায় জ্বলাই ৰাখিব, তেতিয়া ইয়াৰ অৰ্থ কি আছিল? (it--E ১৯৫ ¶৭)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ২ৰাজা ৭:১-১১ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন