ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱাই অসম্ভৱ কামক সম্ভৱ কৰিলে
যেতিয়া বহুত আকাল হৈছিল, তেতিয়া যিহোৱাই কৈছিল যে অহাকালি খোৱা-বোৱা বস্তু বহু পৰিমাণে পোৱা যাব (২ৰাজা ৭:১; it-১-E ৭১৬-৭১৭)
ইস্ৰায়েলৰ এজন সেনা অধিকাৰীয়ে যিহোৱাৰ এই প্ৰতিজ্ঞাক ঠাট্টা কৰিলে (২ৰাজা ৭:২)
লোকসকলে যাৰ বিষয়ে আশাই কৰা নাছিল, সেয়া যিহোৱাই কৰি দেখুৱালে (২ৰাজা ৭:৬, ৭, ১৬-১৮)
যিহোৱাই কৈছে যে লোকসকলে আশা নকৰা সময়ত হঠাতে পৃথিৱীৰ অন্ত হʼব। (১থিচ ৫:২, ৩) যিহোৱাৰ কথাৰ ওপৰত বিশ্বাস কৰা কিয় অতি প্ৰয়োজন?